গৰীয়সীগৰীয়া-আলু

গৰীয়া (Assamese) [ Roman: go.ri.ya]
Contributed by: Bikram M Baruah on 2010-06-27
1. Sociology(Common Noun-Common) The Assamese Muslim people who came with the Mughals during their Assam invasion in 1600-1700 ADs OR before and stayed back in Assam and assimilated in the greater Assamese society. মোগলৰ আক্ৰমণৰ সময়ত অহা বা তাতোকৈ আগৰে পৰা থকা অসমৰ অসমীয়া মুছলমান ধৰ্মী লোকসকল৷
Assamese: গৰীয়া

Related Idea:

a. Common Noun-Common: muslim, মুচলমান, মুছলমান, মুছলিম, pangal...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-24
Ref: চন্দ্ৰকান্ত অভিধান
2. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
English: bludger, idle, indolent, lazy, slothful, sluggardly,
Assamese: অকৰ্মণ্য, অকৰ্মা, অকৰ্মিষ্ঠ, অনীহ, অলস, আলচিয়াbo , আলস্যপৰায়ন, উতীয়াkm , উৎসাহহীন, এলেহুৱা, কষ্টবিমুখ, কাইনা bo , কৰ্তব্যবিমুখ, কৰ্মবিমুখ, গাইৰা, গাৰি-শুবাৰ, গেৰেম, গেৰেহা, গৰীয়া, চভিয়া খোৱা, চভিয়া পৰা, থঙাসনীয়া, দগা, দীৰ্ঘসূত্ৰী, ধুমগাইৰা bo , ধোদ, ধোদৰ পচলা, নিষ্কৰ্মা, নিৰুদ্যম, বহিখোৱা, বাদল, মাদগৰিয়া, মেটা, মেদা, মেৰগোম, লেধা, লেধেমা, শুইহগা, শ্ৰমকাতৰ, শ্ৰমবিমুখ, সোৰোপা, সৰপা, হালুক, ৰিহাকুৰীয়া, ৰিহাফুৰীয়া,
Bodo: अलसिया, खामानिगोयै, बादुला, बेखार,
Mising: lo:bag, tibak,
Khasi: ba alhia, ba kuman, jaituh,
Garo: alsia, arata, aratgipa, gamu gong.ja,
Meeteilon: atanba,
Karbi: pa-ei-oi, pangjang, selet,
Kok-Borok: sele,
Nagamese: alchi, elehua, kania, susti, usti,
Dimasa: selleh,
Tai: খান্ খান্ খই খই,
Hindi: आलसी,
Rabha: আইলছা, মেনথা,
Tiwa: solya,
Deori: ইঁজি-হায়া, গেদা, চ্চিংনা-চিতাদুয়া, দগা, দুদুংনা-হায়া, মেজেংক, মেৰ-মেৰিয়া, হলিয়ামুৰা

Antonyms:

a. Proper Adj.: diligent, hard-working, industrious, laborious, operose...