গৰু-চৰুগৰু-ৰখীয়া

গৰু-বিহু (Assamese) [ Roman: go.ru-bi.hu]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-04-13
1. (Proper Noun) The first day of the Bihu is called Garu Bihu or Cow Bihu, where the cows are washed and worshipped. চ’ত মাহৰ সংক্ৰান্তি আৰু ব’হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰা হয় ৷ এই দিনটোত গৰুক মাহ-হালধী সানি গা ধুওৱা হয়৷