গৰুবাটগৰুড় বাহন

গৰুড় (Assamese) [ Roman: go.ru.ro]
Contributed by: Biraj Kumar Kakati on 2010-01-31
1. Hinduism(Proper Noun-Masculine) A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes. মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-14
2. Astronomy(Proper Noun-Neuter) Aquila is a constellation in the northern sky. উত্তৰ আকাশত থকা এটা তাৰকামণ্ডল৷
English: Aquila,
Assamese: গৰুড়