গৰ্হণাগৰ্হাল
গৰ্হণীয় (Assamese) [ Roman: gor.ho.ni.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-19
English: condemnable, criminal, deplorable, reprehensible, reproachable,
Assamese: গৰিহণা-যোগ্য, গৰ্হণযোগ্য, গৰ্হণীয়, গৰ্হিত, গৰ্হ্য, দূষ্য, দোষনীয়, নিন্দনীয়, নিন্দাজনক, নিন্দাৰ্হ, নিন্দ্য, মন্দ,
Deori: এবেজিৰি
গৰ্হণীয় (Assamese) [ Roman: gor.ho.ni.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-19
1. (Proper Adj.-Common) worthy of reproach, condemnations যাক নিন্দা কৰা উচিত