ঘিমৰুঘিলা পিঠা

ঘিলা (Assamese) [ Roman: ghi.la]
Contributed by: Atul Ch. Kakoti on 2010-04-21
1. (Material Noun-Neuter) It is a circular-triangular bone of the human body, which protects the anterior articular surface of the knee joint. It is the largest sesamoid bone in the human body. আঁঠুৰ গাঁঠিৰ আগ ফালৰ ঘূৰণীয়া হাড়৷

Contributed by: Atul Ch. Kakoti on 2010-04-21
2. Plants(Common Noun) A giant woody liana or climber from the genus Entada. It is also referred as the India’s largest pod-bearing climber. The size of the seed is almost equal to the kneecap. The plant appears naturally from near Durban northwards throughout tropical Africa and into India, south-east Asia and Australia. The seeds are used to play a game named "ghila khel" in rural Assam. বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ ৷ ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাৱে জনাজাত ৷ ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয় ৷ ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায় ৷ সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে ৷
English: Entada rheedeisci , ghila, sea bean, sea heart,
Assamese: ঘিলা,
Karbi: hambi, khambi