ঘিলা পিঠাঘিলাধাৰী

ঘিলা-হাঁহ (Assamese) [ Roman: ghi.la-ha~h]
Contributed by: Atul Ch. Kakoti on 2010-04-21
1. Bird(Common Noun-Common) A group of small wild Anas dabbling ducks closely related to the Mallard duck. The blue-green color teal was named for it. It has a cylindrical and smooth body with a dark reddish head and a blue color strip on ti`s eyes. এবিধ সৰু গোটাসজীয়া বনৰীয়া হাঁহ ৷ সাধাৰণতে এইবিধ হাঁহৰ গাটো মিহি আৰু পাতল নীলা ৰঙৰ ৷ মূৰটো বেঙুনীয়া, চকুৰ মাজেৰে এটা নীলা ৰঙৰ বোল আছে ৷