চতুৰ্ব্বৰ্ণচতুৰ্বৰ্ণ

চতুৰ্বৰ্গ (Assamese) [ Roman: so.tur.bor.go]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-11
Ref: চন্দ্ৰকান্ত অভিধান
1. Religious-Mythological(Abstract Noun) the four principal objects of the human pursuit according to Hindu belief, namely - virtue, wealth, sensual enjoyment and final beatitude হিন্দু বিশ্বাস মতে মনুষ্য-জীৱনৰ চাৰিটা প্ৰধান বস্তু - ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ