চমরীগাইচমাৰ

চমাংকান (Assamese) [ Roman: so.mang.kan]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
1. Festival(Proper Noun-Neuter) A festival of Karbi Tribes of Assam চমাংকান কাৰ্বি জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ৷ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়৷ কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়৷ সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়৷ চমাংকান এটা খৰছী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে৷ সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়৷
English: Chomangkan,
Assamese: চমাংকান