চাওলুং চুকাফাচাক-চিক

চাক (Assamese) [ Roman: sak]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-06-28
1. (Material Noun-Neuter) Wax structure of hexagonal cells built by bees for honey and eggs. মৌমাখিয়ে গছত বা অন্য্য স্থানত সঁজা ষড়ভুজ আকৃতিৰ বিচনী সদৃস বাহ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
2. Handicraft(Material Noun-Neuter) a device with a rotating horizontal disk upon which clay is molded by a potter. কুমাৰে কলহ আদি মাটিৰ পাত্ৰ গঢ়িবলৈ ব্যৱহাৰ কৰা ঘূৰণীয়া যন্ত্ৰ৷