চাকচক্যচাকজাল

চাকচিক্য (Assamese) [ Roman: sak.si.kyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-14
1. (Abstract Noun) the state of being full of light পোহৰেৰে ভৰি থকা অৱস্থা

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-20
2. (Abstract Noun) the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷