চাঞ্চল্যকৰচাটক

চাট (Assamese) [ Roman: sat]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-18
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Material Noun-Neuter) a bamboo fork which is used for throwing pieces of turmeric, etc. on the day of the Baisakh Bihu. ব’হাগ বিহুৰ দিনা গৰুৰ গাত মাৰিবলৈ বেঙেনা, কেৰেলা আৰু হালধি আদি সিয়া বাঁহৰ শলা ৷
Assamese: চাট

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-18
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Material Noun-Neuter) a stick for stirring raw sugar. গুৰ ঘোলা মাৰি
Assamese: চাট