চাৰ্টিফিকেটখনেইচাৰ্বাক দৰ্শন

চাৰ্বাক (Assamese) [ Roman: sar.bak]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Noun-Common &/or Masculine) The Charvaka(Brihaspati) school was a philosophical movement in India that rejected the traditional religious order by challenging the authority of the Vedas as well as the hegemony the Brahman priests. The Charvaka school started to develop around the 7th century BCE, during the time when the culture of world renunciation emerged in India. বৃহস্পতি(চাৰ্বাক,চাৰ্বাক মুনি) নামৰ খ্ৰী পূ ৬ষ্ঠ শতিকাৰ চিন্তাবিদজন চাৰ্বাক দৰ্শনৰ প্ৰৱক্তা৷ ঈশ্বৰ আৰু বেদ অস্কীকাৰ কৰা দৰ্শন। যিকোনো বস্তুৰ অস্তিত্ব সম্পৰ্কে প্ৰামাণ্য তথ্য বিছাৰি প্ৰশ্ন কৰা লোক।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-06
2. Historial(Abstract Noun) An ancient school of Indian materialism. Charvaka holds direct perception, empiricism, and conditional inference as proper sources of knowledge, embraces philosophical skepticism and rejects Vedas, Vedic ritualism and supernaturalism. পৌৰাণিক ভাৰতীয় দৰ্শনৰ ধাৰা এটা৷ বেদ, বেদৰ লৌকিকতা, অবাস্তবতাৰ বিপৰীতে চাক্ষুষ প্ৰমান, অভিজ্ঞতাবাদৰ ভিত্তিত গঢ় লোৱা দৰ্শন৷