চিকচিকীয়াকৈচিকটামি

চিকটা (Assamese) [ Roman: si.ko.ta]
Contributed by: Partha P Sarmah on 2007-03-18
1. (Proper Adj.-Common) a person whose aim is to save money and who finds it hard to spend money অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি

Contributed by: Atul Ch. Kakoti on 2009-08-28
2. (Proper Adj.-Neuter) Stiff sticky (soil) used for making bricks, pottery, etc. ইটা, পাত্ৰ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা আঠা থকা (মাটি)।