চিম্নিচিলচিলা

চিম্পাঞ্জী (Assamese) [ Roman: sim.pan.ji]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-22
1. (Common Noun-Common) An african ape, which approaches more nearly to man, it is from three to four feet high. আফ্ৰিকাত পোৱা এবিধ নেজবিহীন বান্দৰ, যি মানুহৰ দৰে আচৰণ কৰে৷ ইহঁতৰ উচ্চতা চাৰি ফুটৰ পৰা পাঁচ ফুট মানৰ ভিতৰত হয়৷