চূড়াচূড়ান্ত

চূড়াকৰণ (Assamese) [ Roman: su.ra.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
1. Hinduism(Verbal Noun) the ceremony of tonsure for young males observed by the caste Hindus (like Brahmins), in which only one hair is left on the head ব্ৰাহ্মণ আদি বৰ্ণহিন্দুৰ ল’ৰা সন্তানৰ এক সংস্কাৰ, য’ত মূৰৰ সকলো চুলি খুৰাই কেৱল মাজ-মূৰত এডাল চুলি (চূড়া) ৰখা হয়