চেনাৰীচেনি পানী

চেনি (Assamese) [ Roman: se.ni]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. ChemistryCuisine-Food(Material Noun-Neuter) a substance that renders the taste of sweetness সোৱাদত মিঠা এবিধ খোৱা-বস্তু, যাক অন্য খাদ্য বা পানীয় আদি মিঠা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
English: sugar,
Assamese: চেনি,
Bodo: सिनि,
Garo: chi.gipa, chini,
Meeteilon: chini,
Karbi: kedok,
Kok-Borok: chihni,
Hmar: chini,
Nagamese: ceni, cini, seni,
Dimasa: seni,
Bangla: চিনি,
Nepali: चिनि, सक्कर

Contributed by: Partha P Sarmah on 2009-04-12
2. (Common Noun-Common &/or Masculine) somebody(usually a man)who has more than natural interest for the members of opposite sex and likes to be (always)with them. (কথিত)বিপৰীত লিংগৰ লোকৰ প্রতি অত্যধিক প্রীতি থকা আৰু অনৰবৰতে তেওঁলোকৰ সৈতে সময় কটাবলৈ ভাল পোৱা লোক, (সধাৰণতে পুৰুষ)।
English: flirt,
Assamese: চেনি,
Khasi: pynbieit