চৰহচৰাই

চৰা (Assamese) [ Roman: so.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-12
Ref: হেমকোষ (পুৰণি)
1. (Proper Adj.) in an elevated location or position. ওপৰৰ স্থানত থকা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verb-Trans.) to strike somebody on the face or at the back with the flat part of the hand, to hit something in similar way খোলা হাতেৰে কাৰোবাৰ গালত বা পিঠিত মৰা, একেদৰে কোনোবা বস্তুত আঘাত কৰা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-22
3. (Verb-Trans.) to let cattle, sheep, etc. feed on growing grass. গৰু-ম’হক মুকলি পথাৰত এৰি দি ঘাঁহ খুৱা
English: graze, tend,
Assamese: চৰা,
Mising: ong, u,
Khasi: sumar

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
4. (Verbal Adj.) comparatively higher (in value, price, quality etc.) তুলনামূলক ভাৱে উচ্চ (মূল্য, দাম, গুণমান আদিৰ ক্ষেত্ৰত)

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
5. (Verb-Trans.) to cover with melted metal এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্ অথবা এটা ধাতুৰ পানী আন এটা বস্তুৰ ওপৰত লগা