চৰাইটিলৈচৰাইদেও

চৰাইদেউ (Assamese) [ Roman: so.rai.deu]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-19
1. Place(Proper Noun-Neuter) Important historical place of Sibsagar district. Subdivision of the district. Graveyard of Ahom Kings. শিৱসাগৰ জিলাৰ উল্লেখযোগ্য ঐতিহাসিক স্থান৷ আৰু এটা মহকুমা৷ চৰাইদেউৰ মৈদাম বা চৰাইদেও. সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী।