ছন্দহীনছন্দে

ছন্দিয়া (Assamese) [ Roman: son.di.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Trans.) to act dishonestly; practice fraud. অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verb-Intran.) to throw up milk from mouth (by an infant) (কেঁচুৱাই) গাখীৰ মুখৰ পৰা বঁতিয়াই উলিয়া