ছাপনছাবক্লেভিয়ান ধমনী

ছাপ্ (Assamese) [ Roman: sap]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Trans.) to apply pressure from two or more sides at the same time কোনো বস্তুত একে সময়তে দুই বা ততোধিক ফালে হাতেৰে বা কোনো সঁজুলিৰে চাপ প্ৰয়োগ কৰা কাৰ্য্য

ছাপ্ (Tai) [ Roman: sap]
Contributed by: Anjali Sonowal on 2008-11-18
2. Geology(Material Noun-Neuter) a body of fresh or salt water of considerable size, surrounded by land চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ