জংগজংগলী, জঙ্গলী
জংগম (Assamese) [ Roman: jong.gom]
alt: জঙ্গম
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-05
English: motion, movement, relocation,
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Aklantika Saikia on 2008-08-03
English: dynamic, moving,
Assamese: অস্থবিৰ, ঋত, ক্ৰমমান, গতিময়, গতিশীল, গত্বৰ, গমনশীল, গমনৰত, গম্যমান, চলনশীল, চলন্ত, চলমান, চৰিষ্ণু, জংগম, ধাৱিত, বিচৰণশীল, সচল, সচৰ, সঞ্চলিত, সঞ্চাৰিত, সঞ্চৰণমান, সঞ্চৰণশীল, সঞ্চৰিত,
Bodo: जिव गोनां खालाम, सोलायस्लु,
Karbi: klemhir
জংগম (Assamese) [ Roman: jong.gom]
alt: জঙ্গম
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-05
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
Different POS:
a. Proper Adj.-Neuter: movable, অস্থাৱৰ...b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Aklantika Saikia on 2008-08-03
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Proper Adj.-Common) something moving or changing. গৈ থকা বা সলনি হৈ থকাAssamese: অস্থবিৰ, ঋত, ক্ৰমমান, গতিময়, গতিশীল, গত্বৰ, গমনশীল, গমনৰত, গম্যমান, চলনশীল, চলন্ত, চলমান, চৰিষ্ণু, জংগম, ধাৱিত, বিচৰণশীল, সচল, সচৰ, সঞ্চলিত, সঞ্চাৰিত, সঞ্চৰণমান, সঞ্চৰণশীল, সঞ্চৰিত,
Bodo: जिव गोनां खालाम, सोलायस्लु,
Karbi: klemhir