জনাঞ্চলজনাবুজা

জনাদেশ (Assamese) [ Roman: jo.na.dex]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-25
1. Political Science(Verbal Noun) a command or authorization to act in a particular way on a public issue given by the electorate to its representative. কোনো ৰাজহুৱা বিষয়ত এক নিৰ্দ্দিষ্ট ধৰণে কাম কৰিবলৈ জনসাধাৰণে নিজৰ প্ৰতিনিধিক মতদানৰ জৰিয়তে দিয়া কৰ্ত্তৃত্ব বা আদেশ।