জলৱাহিকাজহ-নিমামা

জহ (Assamese) [ Roman: joh]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-07
1. (Abstract Noun) the season when the temperature is the highest in the year, i.e. June-July in the Northern hemisphere বছৰটোৰ ভিতৰত সৰ্ব্বোচ্চ বায়ুমণ্ডলীয় উষ্ণতা বিৰাজ কৰা ঋতু, উত্তৰ গোলাৰ্দ্ধত জুন-জুলাই মাহত

জহ (Deori) [ Roman: jo.ho]
Contributed by: Himasri Das on 2022-12-17
2. Emotions-Expressions(Abstract Noun) the state of joy, pleasure, satisfied. আনন্দিত, আমোদিত বা সন্তুষ্ট হোৱা অৱস্থা