জাইমেছজাউতিযুগীয়া

জাউ (Assamese) [ Roman: jau]
alt: জাউবন
Contributed by: Biraj Kumar Kakati on 2010-10-06
1. Vegetables(Proper Noun-Neuter) A riverine plant with white flowers. The leaves are pointed and solid like pin. এবিধ নৈৰ বালি বা পলসত গজা গছ ৷ ইয়াৰ পাতবিলাক খৰিকাৰ নিচিনা গোটা আৰু জোঙা ৷ ফাগুন-চ’ত মাহত তুলাৰ দৰে পাতল-পাতল ফুল ধৰে ৷