জিন্নাৰজিন’ম

জিন্‌চেং (Assamese) [ Roman: jin.seng]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-08
1. Medicine(Common Noun-Neuter) Any one of the 11 species of slow-growing perennial plants with fleshy roots, belonging to the genus Panax of the family Araliaceae. পেনাচ জাতিৰ অন্তৰ্ভূক্ত এঘাৰত প্ৰজাতি থকা, মঙহাল শিপাযুক্ত ঔষধি গছ৷ চীন দেশীয় পৰম্পৰাগত দৰবত হাজাৰ বছৰ ধৰি ব্যৱহৃত হৈ আহিছে৷
English: Ginseng,
Assamese: জিন্‌চেং