জিলমিলীয়াজিলাধিপতি

জিলা (Assamese) [ Roman: ji.la]
1. Political Science(Abstract Noun) a division of territory, as of a country, state, or county, marked off for administrative, electoral, or other purposes প্ৰশাসনিক, নিৰ্বাচন সংক্ৰান্তীয় বা আন উদ্দেশ্যেৰে চিহ্নিত কৰা দেশ, ৰাজ্য বা মহকুমাৰ দৰে ভৌগোলিক খণ্ডৰ আন এক ভাগ

জিলা (Deori) [ Roman: ji.la]
Contributed by: Himasri Das on 2023-02-19
2. (Abstract Noun) A center of population, commerce, and culture; a town of significant size and importance. জনসংখ্যা, বাণিজ্য আৰু সংস্কৃতিৰ এক কেন্দ্ৰ; যথেষ্ট ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চহৰ