জীৱন-দায়িনীজীৱন-প্ৰণালী

জীৱন-পতন (Assamese) [ Roman: ji.won-po.ton]
Contributed by: Anjali Sonowal on 2008-10-22
1. (Abstract Noun) the state of not having life প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
English: dead, death, debit, decease, demise,
Assamese: অনন্ত-পথ, আয়ুপাত, আয়ুশেষ, ইন্তেকাল, ইহলীলা সম্বৰণ, উৎক্ৰমণ, এন্তেকাল, কালগ্ৰাস, কালান্তক, চিৰনিদ্ৰা, চিৰশান্তি, জীৱন-পতন, জীৱনান্ত, তিৰোধান, তিৰোভাৱ, দেহ-ত্যাগ, দেহান্ত, দেহাৱসান, দেহৰক্ষা, নিধন, নিৰ্যাণ, পঞ্চত্বপ্ৰাপ্তি, প্ৰাণ-ত্যাগ, প্ৰাণ-প্ৰয়াণ, প্ৰাণহানি, প্ৰাণান্ত, প্ৰয়াণ, পৰলোক গমন, পৰলোক-প্ৰাপ্তি, ফৌত্, বৈকুণ্ঠগামী, বৈকুণ্ঠপ্ৰয়াণ, মহানিদ্ৰা, মহাপ্ৰস্থান, মহাপ্ৰয়াণ, মহাযাত্ৰা, মহাশয়ন, মৃত্যু, মোক্ষপ্ৰাপ্তি, মৰণ, যম, স্বৰ্গগতি, স্বৰ্গগমন, স্বৰ্গলাভ, স্বৰ্গাৰোহণ, স্বৰ্গাৰোহন, স্বৰ্গী, হত,
Bodo: गोथै, थैनाय,
Mising: sinam, sine, চিবাম,
Khasi: ka jingiap, ka ram ba dei ban siew,
Garo: bon.a, gimaa, janggi galani,
Meeteilon: shiba,
Bishnupriya Manipuri: মরণ,
Karbi: chevoi, karli, kaso, thilot,
Nagamese: moron,
Dimasa: tihba,
Tai: টাই,
Nepali: निधन, प्रयाण, मर्नु, मृत्यु,
Rabha: চিকায়,
Tiwa: thiwa,
Deori: চ্চিবা, হানি-চাৰুবা

Different POS:

a. Verb-Intran.: die, expire, অনন্ত ধামলৈ গতি কৰ্, ইহলীলা সম্বৰণ কৰ্, ইহলোক সামৰ্...
b. Proper Adj.-Neuter: dead, lifeless, অপহত, গতায়ু, গতায়ুষ...

Related Idea:

c. Abstract Noun-Neuter: hades, পৰলোক, লোকান্তৰ, সিপুৰী, गोथै थाग्रा जायगा...

Sub Idea:

d. Abstract Noun: সলিল-সমাধি...