জুনুকজুনৰ

জুনুকা (Assamese) [ Roman: ju.nu.ka]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2011-01-01
1. (Material Noun-Neuter) A jingling ornament worn round the ankles. খোজ কাঢ়োঁতে জুন-জুনাই যোৱা ভিতৰত জুনুকা ভৰোৱা ভৰিত পিন্ধা এবিধ অলঙ্কাৰ|

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-20
2. Music(Material Noun-Neuter) an object or musical instrument filled with small pellets that makes rapid succession of short sharp sounds when shaken. ভিতৰত সৰু সৰু টান গুটি ভৰোৱা ধাতুৰ এবিধ যতন বা বাদ্য, যাক লৰালে ঘন-ঘনকৈ টিংটিঙীয়া শব্দ হয়৷