জুৰাহাৰেজুৰুলা

জুৰি (Assamese) [ Roman: ju.ri]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-01-21
1. (Abstract Noun) A body of persons sworn to judge and give a verdict on a given matter আচামী দোষী নে নিৰ্দ্দোষী স্থিৰ কৰিবলৈ জনসাধাৰণৰ মাজৰপৰা আদালতে নিৰ্ব্বাচন কৰা কেইজনমান লোক

Contributed by: Sudipta Kumar Gogoi on 2006-07-17
2. Geology(Material Noun-Neuter) A relatively small river coming down from a Hill or mountain. পৰ্বতৰ পৰা বৈ অহা সৰু নদী ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-12
Ref: চন্দ্ৰকান্ত অভিধান
3. Cuisine-Food(Material Noun-Neuter) jute plant or cuckoopint leaves (young ones) tied into a knot for cooking সিজাবৰ কাৰণে মোকোটাই গাঁঠি বন্ধা (কুমলীয়া) কচু বা মৰা শাক

Contributed by: Jamini Anurag on 2012-06-11
4. (Common Noun-Common) Member of a body of usually 7 persons sworn to judge and give a verdict on a given matter. আচামী দোষী নে নিৰ্দ্দোষী স্থিৰ কৰিবলৈ জনসাধাৰণৰ মাজৰপৰা আদালতে নিৰ্ব্বাচন কৰা কেইজনমান লোকৰ এজন