জোকৰোজোখ অনুসৰি

জোখ (Assamese) [ Roman: jo'kh]
Contributed by: Aklantika Saikia on 2011-08-13
1. (Abstract Noun) the number of a given item present in a place. কোনো ঠাইত থকা এটা বস্তুৰ জোখ বা সংখ্যা

2. (Abstract Noun) the act of ascertaining the extent, dimensions, quantity, capacity, etc., of, esp. by comparison with a standard বিস্তৃতি, পৰিসীমা, পৰিমাণ, সামৰ্থ্য আদি কোনো নিৰ্দ্দিষ্ট মানৰ সৈতে তুলনা কৰি নিশ্চিত কৰা কাৰ্য্য