জ্বরজ্বলনশীল

জ্বলন (Assamese) [ Roman: jo.lon]
Contributed by: ৰূপকমল on 2007-03-01
1. (Abstract Noun) release of energy on burning of a fuel ইন্ধন পোৰাৰ ফলত শক্তি উদ্ভৱ হোৱা বা এৰি দিয়া কাৰ্য্য

Contributed by: Bikram M Baruah on 2011-03-26
2. Medical Science(Material Noun-Neuter) redness, swelling, pain, heat, and disturbed function of an area of the body, esp. as a reaction of tissues to injurious agents. দেহৰ হানিকাৰক যিকোনো আঘাতৰ বিৰুদ্ধে কলাসমূহে কৰা প্ৰতিক্ৰিয়া হিচাপে শৰীৰৰ কোনো অংশত সৃষ্টি হোৱা ৰঙা পৰা, উখহা, বিষ, গৰমভাৱ আৰু কাৰ্য্যবিচ্যুতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-09-13
3. (Abstract Noun) a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc. আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।