জৰাভীৰুজৰায়ু

জৰাসন্ধ (Assamese) [ Roman: jo.ra.xon.dho]
Contributed by: Biswajit Sarma on 2011-10-06
1. Hinduism(Proper Noun-Masculine) An ancient king of Magadha killed by Bhima. মগধ দেশৰ এজন ৰজাৰ নাম৷ তেওঁ কংস ৰজাৰ মোমায়েক আছিল আৰু ভীমৰ হাতত মৃত্যু হ’ল৷ তেওঁ দুই খণ্ড হৈ উপজিছিল৷ পাছত জৰা নামৰ ৰাক্ষসীয়ে দুই খণ্ড লগ লগোৱাত জীৱন পালে বুলি পুৰাণত লিখা আছে৷
English: Jarasandha,
Assamese: জৰাসন্ধ