টিকটিকীয়াটিকনি জৱা

টিকনি (Assamese) [ Roman: ti.ko.ni]
Contributed by: Atul Ch. Kakoti on 2009-05-25
1. (Abstract Noun) a number of haire fastened or closely grouped together মাজ মুৰত অকনমান পাছফাললৈ থকা চুলিৰ দীঘলীয়া কোছা ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-05-05
2. Hinduism(Abstract Noun) a single hair left on the head (of a male) as a part of a ritual observed by caste Hindus বৰ্ণহিন্দুৰ এক প্ৰথা অনুসৰি ল’ৰাৰ গোটেইটো মূৰ খুৰাই মাজ মূৰত ৰখা এডাল চুলি