টিকনি জৱাটিকাফটা

টিকা (Assamese) [ Roman: ti.ka]
1. Anatomy(Material Noun-Neuter) Each of the two fleshy protuberances at the rear of the human trunk মানুহৰ দেহৰ পাচফালে সোঁমাজত থকা মঙহাল উখহা অংশ দুটা

2. Medical Science(Abstract Noun-Neuter) any preparation used as a preventive inoculation to confer immunity against a specific disease, usually employing an innocuous form of the disease agent, as killed or weakened bacteria or viruses, to stimulate antibody production. দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যিকোনো দ্ৰৱ্য

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-26
3. (Material Noun-Neuter) an elevated area of land. সৰু টিলাৰ দৰে ওখ মাটি।
English: highland,
Assamese: টিকা, টিঙনা