টীকাকাৰটীকাযুক্ত

টীকাকৰণ (Assamese) [ Roman: ti.ka.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-11
1. Medical Science(Verbal Noun) the introduction into humans or domestic animals of microorganisms that have previously been treated to make them harmless for the purpose of inducing the development of immunity মানুহ বা ঘৰচীয়া জীৱ-জন্তুৰ শৰীৰত আগেয়ে দোষমুক্ত বা অনিষ্টকাৰী গুণ নোহোৱা কৰি লোৱা জীৱাণু সুমুৱাই দি ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰা কাৰ্য্য