টোক্টোকৰ মাৰ্

টোকৰ (Assamese) [ Roman: to`.kor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
1. (Verb-Trans.) to make light taps on the surface. কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-06
2. (Abstract Noun) An onomatopoeic soundused to express that produced by two hard bodies repeatedly striking each other. টান বস্তুত আন এটা টান বস্তু লাগিলে হোৱাৰ নিচিনা শব্দ৷