ট্ৰাইচেপচ্‌ট্ৰাইমেষ্টাৰ

ট্ৰাইটন্ (Assamese) [ Roman: trai.ton]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-28
1. Chemistry(Material Noun-Neuter) a positively-charged particle consisting of a proton and two neutrons, equivalent to the nucleus of an atom of tritium. ট্ৰাইটিয়ামৰ এটা অনুৰ সমতুল্য এটা প্ৰ’ট’ন আৰু দুটা নিউট্ৰন থকা এক ঋণাত্মক আধানযুক্ত কণা
English: triton,
Assamese: ট্ৰাইটন্

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-28
2. Astronomy(Material Noun-Neuter) one of the moons of Neptune নেপচুন গ্ৰহৰ এটা উপগ্ৰহ
English: triton,
Assamese: ট্ৰাইটন্