ঠাম্মাঠাল

ঠার (Bishnupriya Manipuri) [ Roman: thaar]
Contributed by: Anjali Sonowal on 2008-10-04
1. Language-Linguistics(Abstract Noun) A system of objects or symbols, such as sounds or character sequences, that can be combined in various ways following a set of rules, especially to communicate thoughts, feelings, or instructions. কোনো দেশৰ মানুহ বা জাতিয়ে মনৰ ভাৱ প্ৰকাশ কৰা কথা; মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান প্ৰতীকচিহ্নৰ সমষ্টি, যিবোৰ ল’গ লগাই অৰ্থবহুলকৈ ভাৱাবেগ প্ৰকাশ কৰিব পাৰি অথবা নিৰ্দেশ, ধাৰণা আদি দিব পাৰি ৷