ডরডলা

ডলফিন (Assamese) [ Roman: dol.fin]
plc: -বিলাক, -বোৰ, dfc: -টো
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-23
1. (Common Noun-Common) Dolphins are marine mammals that are closely related to whales and porpoises. There are almost forty species of dolphin in seventeen genera. They vary in size from 1.2 metres (4 ft) and 40 kilograms (88 lb) (Maui's Dolphin), up to 9.5 m (30 ft) and ten tonnes (the Orca or Killer Whale). They are found worldwide, dolphins evolved about ten million years ago, during the Miocene. Dolphins are considered to be amongst the most intelligent of animals and their often friendly appearance and seemingly playful attitude have made them popular in human culture. সাগৰত থকা এবিধ শিহুৰ নিচিনা জন্তু ৷ ইহঁতৰ প্ৰায় চল্লিচটা প্ৰজাতি আছে৷ ভিন্ন ধৰণৰ আকাৰৰ ডলফিন পোৱা যায়৷ সৰু ডলফিনৰ আকাৰ ১.২ মিটাৰ (চাৰি ফুট) আৰু ওজন চল্লিচ কিল`গ্ৰামৰ ভিতৰত হ`ব৷ ইহঁতৰ ডাঙৰ প্ৰজাতিবোৰৰ আকাৰ ৯.৫ মিটাৰ আৰু ওজন দহ টন পৰ্যন্ত হ`ব৷ ইহঁতক পৃথিৱীৰ প্ৰায় সকলোবোৰ সমুদ্ৰতে পোৱা যায়৷ ইহঁতৰ প্ৰধান খাদ্য হ`ল মাছ আৰু শামুক জাতীয় সৰু সৰু সামুদ্ৰিক প্ৰাণীবোৰ৷ ইহঁত প্ৰায় দহ মিলিয়ন বছৰৰ পূৰ্বৰ অতি প্ৰাচীন সামুদ্ৰিক প্ৰাণী৷ সকলো জন্তুৰ ভিতৰত ডলফিনক অতি বুদ্ধিয়ক বুলি জনা যায়৷ ইহঁতক সমুদ্ৰৰ বন্ধু বুলিও জনা যায়, ইহঁতৰ আকৃতি আৰু খেলুৱৈসুলভ মনোভাৱৰ কাৰণে মানৱ সংস্কৃতিৰ লগতো অতি জনপ্ৰিয়৷
English: dolphin,
Assamese: ডলফিন,
Mising: petuk-ka:ri,
Karbi: voserli

Related Idea:

a. Common Noun-Common: porpoise, পলাংগ, सिसु, susuma...
b. Common Noun-Common: gangetic dolphin, platanista gangetica gangetica, river dolphin, উলুপী, শিশুক...