ডেওনাডেক
ডেওপাৰণি (Assamese) [ Roman: deo`.pa.ra.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-18
English: restlessness, squirming, writhing,
Assamese: ইচাট-বিচাট, ইচাটি-বিচাটি, উজাৰ-পিজাৰ, চট্ফটনি, চাটি-ফুটি, চিতলং-পাতলং, জোঁকাৰ-পোকাৰ, ডেওপাৰণি, ধৰফৰণি
ডেওপাৰণি (Assamese) [ Roman: deo`.pa.ra.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-18
1. (Verbal Noun) a twisting of the body from side to side, as in pain and inability to rest or relax or be still. গাৰ বা মনৰ দুখৰ পৰা হোৱা শাৰীৰিক অস্থিৰতা৷