ঢাত কপালঢাপলি

ঢাপ (Assamese) [ Roman: dhap]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-31
1. (Material Noun-Neuter) A small embankment across rice fields to hold water পথাৰত পানী ৰাখিবৰ বাবে মাটিৰে কৰা সৰু ঢাপ |
English: levee,
Assamese: আটীয়া, আলি, ঢাপ

Example Sentences:

1. খেতিয়কজনে পথাৰত পানী ৰখাবৰ বাবে ঢাপ তুলি দিছে।

Higher Magnitude:

a. Material Noun-Neuter: bank, bund, dam, dike, dyke...