ঢাপঢাপলি মেল

ঢাপলি (Assamese) [ Roman: dha.po.li]
Contributed by: Dr. Armaan U. Muzaddadi on 2007-10-31
1. (Material Noun-Neuter) the upper part of the end wall of a building, between the two sloping sides of the roof, that is shaped like a triangle ঘৰৰ কাষৰ বেৰৰ ওপৰত থকা ত্রিভুজ আকৃতিৰ বেৰৰ খণ্ড
English: gable,
Assamese: ঢাপলি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-27
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) running of an animal জন্তুৰ লৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
3. (Material Noun-Neuter) a screen or covering made of dry coarse grass কোনো ঠাইত আঁৰ দিয়াৰ বাবে সজা শুকান খেৰ বা ঘাঁহৰ বেৰ বা ঢাকোন