তনুজিতাতনুদ্ভৱ

তনুত্ৰ (Assamese) [ Roman: to.nut.ro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
1. (Material Noun-Neuter) Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose. ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|