তামুকতামুলিফুকন

তামুল bo (Assamese) [ Roman: ta.mul]
co.adj: কেঁচা~, পকা~, plc: -বিলাক, -বোৰ, dfc: -খন, -খিনি, -গাল, -জোপা, -টো, -ডাল, -ডোখৰ
Contributed by: Yugasmita Medhi on 2022-10-17
1. Vegetables(Common Noun) The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant. তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷