তিনতালতিনি

তিনসুকিয়া (Bangla)
1. Place(Proper Noun) A major industrial town in Assam and headquarter of Tinsukia District.Old name was Bangmora which was the capital of the Motak Dynasty.

COORDINATES: 27°30'0.00"N AND 95°21'36.00"E

ELEVATION: 148 M (485 feet)

TIME ZONE: IST (UTC+5:30)

POPULATION (2001) : 85,519

POSTAL CODES - 78612X

TELEPHONE CODE- (91)374

VEHICLE CODES: AS-23

অসমৰ এক মুখ্য উদ্যোগিক নগৰ| তিনিচুকীয়া জিলাৰ সদৰ| পুৰণি নাম বেংমৰা, মটক ৰাজ্যৰ ৰাজধানী আছিল|তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে| ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়|

View Larger Map