তিনিচকীয়াতিনিজন

তিনিচুকীয়া (Assamese) [ Roman: ti.ni.su.ki.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-28
1. (Proper Adj.-Common) Involving three sides or parties তিনিটা পক্ষ বা দল জৰিত থকা

Contributed by: Partha P Sarmah on 2007-03-07
2. Place(Proper Noun) A major industrial town in Assam and headquarter of Tinsukia District.Old name was Bangmora which was the capital of the Motak Dynasty.

COORDINATES: 27°30'0.00"N AND 95°21'36.00"E

ELEVATION: 148 M (485 feet)

TIME ZONE: IST (UTC+5:30)

POPULATION (2001) : 85,519

POSTAL CODES - 78612X

TELEPHONE CODE- (91)374

VEHICLE CODES: AS-23

অসমৰ এক মুখ্য উদ্যোগিক নগৰ| তিনিচুকীয়া জিলাৰ সদৰ| পুৰণি নাম বেংমৰা, মটক ৰাজ্যৰ ৰাজধানী আছিল|তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে| ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিস্থাৰ পাছত চহৰখনৰ প্ৰভূত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়|

View Larger Map