তীৰ্থসলিলতীৰ্থেশ্বৰী
তীৰ্থস্থান (Assamese) [ Roman: tir.tho.sthan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
English: holy place, shrine,
Assamese: তীৰ্থক্ষেত্ৰ, তীৰ্থভূমি, তীৰ্থস্থান, ধাম, পীঠ, পীঠস্থান, পুণ্যধাম, পুণ্যভূমি, পুণ্যস্থান,
Garo: ganchi
তীৰ্থস্থান (Assamese) [ Roman: tir.tho.sthan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-10
1. (Material Noun-Neuter) a shrine or other sacred place, where people go for pilgrimage. তীৰ্থ কৰিবলৈ যোৱা পৱিত্ৰ স্থান৷