তুংকায়তুংগভদ্ৰা

তুংগ (Assamese) [ Roman: tung.go]
alt: তুঙ্গ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.) in an elevated location or position. ওপৰৰ স্থানত থকা।

Contributed by: Biraj Kumar Kakati on 2008-02-11
2. (Material Noun-Neuter) the pointed top of a mountain or any structure. পৰ্ব্বত বা অন্য কোনো গাঁথনিৰ আটাইতকৈ ওখ জোঙা অংশ।

Contributed by: Biraj Kumar Kakati on 2008-02-11
3. (Abstract Noun) the highest or most important point or level achieved. কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।