তেকতেকলি

তেক-তেকি (Deori) [ Roman: tek.te.ki]
Contributed by: Himasri Das on 2023-03-20
1. Bird(Common Noun) Any of various tropical Old World birds of the family Bucerotidae, having a very large bill often surmounted by an enlarged protuberance at the base. বুচেৰ`টাইদি গোত্ৰৰ অন্তৰ্গত উষ্ণ অঞ্চলত উপলভ্য এবিধ চৰাই, যাৰ ঠোঁট অতি ডাঙৰ আৰু সাধাৰণতে গুৰিৰ ফালে উখহা অংশ এটা থাকে।