তেজমুৰিতেজস্ক্ৰিয়

তেজমূল (Assamese) [ Roman: tej.mul]
Contributed by: Atul Ch. Kakoti on 2010-04-14
1. Plants(Common Noun-Common) A kind of shrub having pricks in it`s body. It is a herbal medicine used in the toothache and mouth malodorous. এবিধ জোপোহা কাঁইটিয়া উদ্ভিদ ৷ ইয়াক দাঁত আৰু মুখৰ বেমাৰত দাঁতোন হিচাবে ব্যৱহাৰ কৰিলে সুফল পোৱা যায় ৷